নিয়ম-কানুন


  1. ছাত্ৰীসকলে শ্ৰেণীকোঠা, ছেমিনাৰ আৰু ক্ষেত্ৰ অধ্যয়নত নিয়মিত উপস্থিত থাকিব লাগিব
  2. ছাত্ৰীসকলে নিয়মানুৱৰ্তিতা বজাই ৰাখিব লাগিব
  3. ছাত্ৰীসকলে কলেজ চৌহদত কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনোধৰনৰ প্ৰ্চাৰ পত্ৰ বিয়পাব নোৱাৰিব ।
  4. ছাত্ৰীসকলে সময়মতে তেওলোকৰ প্ৰয়োজনীয় মাচুল আদায় দিব লাগিব
  5. ছাত্ৰীসকলে পঢ়া কালত কলেজ চৌহদৰ বেৰ লেতেৰা কৰা, বেৰত নাম নাইবা বাণী লিখিব নোৱাৰিব
  6. ছাত্ৰীসকলে সময়ে সময়ে হোৱা বিভিন্ন ধৰনৰ কাৰ্যক্ৰম আৰু বৈঠকত ভাগ লব পাৰে ।
  7. ছাত্ৰীসকলৰ সাজ-পোছাক মাৰ্জিত হব লাগিব ।
  8. কৰ্তৃপক্ষ, শিক্ষক আৰু অন্য কৰ্মচাৰীৰ লগত অভদ্ৰ আচৰণ কৰিলে কঠোৰ শাস্তি লোৱা হব ।
  9. সম্পাদকে ছাত্ৰ সংগঠনৰ পইচা অবাবত খৰছ কৰিব নোৱাৰে আৰু তেওলোকে অধ্যপকৰ অনুমতি লৈ কাম কৰিব লাগিব ।
  10. অধ্যক্ষৰ সিদ্বান্তই চূড়ান্ত সিদ্বান্ত ।
  11. কলেজ চৌহদত মোবাইল ফোন ব্যৱহাৰ নিষেধ ।
  12. ৰেগিং কঠোৰভাৱে নিষেধ ।
  13. কোনোৱে ৰেগিংত জৰিত হলে বিহিত ব্যৱস্তা লোৱা হব ।
  14. এইটো আইনী ভাৱে দন্দনীয় ।

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved