ৰাজনীতি বিজ্ঞান বিভাগ
  • আমাৰ বিষয়ে
  • শিক্ষক কৰ্মচাৰী
  • সুবিধা সমূহ
  • নাম্বভৰ্তি
  • গৱেষণা
  • যোগযোগ কৰক

বিভাগৰ বিষয়ে


ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰীয়ে কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্তানীয় চৰকাৰ; ব্যৱসায়; আন্তঃৰাষ্ঠীয় প্ৰ্তিষ্ঠান;সাংবাদিকতা; ৰাজনীতি আৰু শিক্ষাক জিৱিকা হিচাপে লয় । ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে ৰাজনীতিক পেচা হিচাপে লোৱা সকলক বিশ্লেষণাত্মক গুণ , শাষণাত্মক গুণ আৰু মানুহৰ লগত সম্পৰ্ক বজাই ৰখাৰ গুন দিয়ে ।

১৯৭৯ চনত ৰাজনীতি বিজ্ঞান বিভাগটো স্তাপন হৈছে ।১৯৯০ চনত ৰাজনীতি বিজ্ঞান বিভাগক প্ৰ্ধান বিষয় হিচাপে অন্তভূৰ্ত কৰা হয় ।বিভাগটোৰ পৰা বহুতো ছাত্ৰীয়ে প্ৰ্থম বিভাগত স্নাতক পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছে ।বিভাগটোৱে প্ৰ্তিবছৰে এখন মুখপাত্ৰ প্ৰকাশ কৰে ।

শিক্ষক


  • শ্ৰীযুত পদমেশ্বৰ কলিতা
    পদ:
    শিক্ষাগত অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    সহকাৰী প্ৰবক্তা
    M.A., LL.B.
    ৯৮৬৪১-৪৭০৮৯
    padmeswark1@gmail.com
  • শ্ৰীমতী কৰৱী চৌধুৰী
    পদ:
    শিক্ষাগত অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    সহকাৰী প্ৰবক্তা
    M.A., M.Phil.
    ৯৪৩৫৩-২৯০০২
    kckarabi@gmail.com


যোগাযোগ


ৰাজনীতি বিজ্ঞান বিভাগ
মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়
নলবাৰী, অসম
পিন- ৭৮১৩৩৫

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved