লক্ষ্য


কলেজৰ লক্ষ্য হল বাণী বিজয়াত্ত্ম – জ্ঞানৰ জয় । জ্ঞানে মানুহৰ মাজত লুকাই থকা সৃষ্টিশীলতা আৰু ভাৱধাৰা গুণ বঢ়াই ।


উদ্দেশ্য

ছাত্ৰীসকলক সকলো দিশত আগবঢ়াই নিবলৈ আমাৰ কলেজ স্ংকল্পৱদ্ব । আমি বিশ্বাস কৰো শিক্ষাই আমাক ৪ টা কথা শিকাই -জানিবলৈ, কৰিবলৈ, কৰিবলগীয়া আৰু একেলগে জীয়াই থাকিবলৈ ।

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved