পুথিভঁৰাল
  • আমাৰ বিষয়ে
  • কৰ্মচাৰী
  • সা-সুবিধা
কলেজত এটা পুথিভঁৰাল আছে আৰু পুথিভঁৰালটোত প্ৰায় ৩৪০০০ পাঠ্যপুথি আৰু তথ্যসূত্ৰ কিতাপ আছে । গুৰুত্বপূৰ্ণ আলোচনী আৰু বাতৰি কাকত নিয়মীয়াকৈ ৰখা হয় । পুথিভঁৰালটোত পঢ়াৰ বাবে এটা কক্ষ আছে । পুথিভঁৰালৰ পৰা ছাত্ৰীসকলে কিতাপ নিৰ্দিষ্ট সময়ৰ বাবে ধাৰলৈ নিব পাৰে । প্ৰ্তিটো বিভাগত নিজাববীয়াকৈ বিভাগীয় পুথিভঁৰাল আছে । পুথিভঁৰালটো নিয়মীয়াকৈ উন্নীত কৰা হয় ।

গ্ৰন্থাকাৰ


  • শ্ৰীযুত চুধিন দত্ত
    পদ:
    অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ঈ-মেইল:
    গ্ৰন্থাকাৰ
    B. Sc., M.L.I.Sc.
    ৯৮৬৪৩-৩৪৭০৮

পুথিভঁৰালৰ কৰ্মচাৰী


  • শ্ৰীযুত বিৰেন্দ্ৰ কুমাৰ পাঠক
    পদ:
    অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ঈ-মেইল:
    সহায়কাৰী
  • শ্ৰীযুত নৱজিত দাস
    পদ:
    অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ঈ-মেইল:
    সহায়কাৰী
  • হিমাংশু মজুমদাৰ
    পদ:
    অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ঈ-মেইল:
    চতুৰ্থ বিভাগ(খন্তেকীয়া)
  • শ্ৰীমতী বিনিতা দাস
    পদ:
    অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ঈ-মেইল:
    চতুৰ্থ বিভাগ (খন্তেকীয়া)

সা-সুবিধা



  • ৰাষ্টীয়/আন্ত:ৰাষ্টীয় আলোচনী
  • বিনামূলীয়া ইণ্টাৰনেট ব্ৰাউজিংৰ সুবিধা
  • ৰাতিপুৱা ৯ বজাৰ পৰা গধূলি ৫ বজালৈ খোলা থাকিব
  • বহিৰাগতৰ বাবে আবেলি ২ বজাৰ পৰা ৫ বজালৈ খোলা থাকিব
  • OPAC (Online Public Access Catalouge)
  • Computerised lending facility using Bar Code
  • Back issues of Journals.
  • Achiever's Card for brilliant students.
  • Book Bank facility for SC/ST students.

যোগাযোগ


হিন্দী বিভাগ
মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়
নলবাৰী, অসম
পিন- ৭৮১৩৩৫

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved