ছাত্ৰীনিবাস


কলেজৰ দুখন ছাত্ৰীনিবাস আছে

১। কামিনি ৱালা চৌধুৰী ছোৱালী ছাত্ৰীনিবাস

২। এম এন চি নতুন ছাত্ৰীনিবাস




কামিনি ৱালা চৌধুৰী ছোৱালী ছাত্ৰীনিবাস ২০০২ চনত স্তাপন কৰা হৈছিল । ছাত্ৰীনিবাসখন কলেজ চৌহদৰ দাতিকাষৰতে আছে । ২০০২ চনত স্বৰ্গীয় কামিনি ৱালা চৌধুৰীৰ সুপুত্ৰ ড° দেৱী চৰন চৌধুৰীয়ে দান কৰা মাটিত কামিনি ৱালা চৌধুৰী ছোৱালী ছাত্ৰীনিবাস বনোৱা হৈছিলে ।





২০০৮ চনত কলেজ চৌহদৰ ভিতৰতে উ জি চিৰ বিত্তৰে এম এন চি নতুন ছাত্ৰীনিবাস বনোৱা হৈছিলে ।

অধ্যক্ষক ছাত্ৰীনিবাস পৰিচালনা সমিতিৰ সভাপতি, এজন জ্যেষ্ঠ শিক্ষকক সম্পাদক আৰু এজন শিক্ষয়ত্ৰীক ৱাৰ্ডেনক ছাত্ৰীনিবাস চোৱা চিতাৰ দায়িত্ব দিয়া হয় ।

ছাত্ৰীনিবাসৰ পৰিবেশ সুস্বাস্তকৰ ৰাখিবলৈ যত্ন কৰা হয় ।পৰিবেশ বিনস্থকাৰীৰ ওপৰত শাস্বী লোৱা যায় ।এইবোৰ বিষয়ত ছাত্ৰীনিবাস পৰিচালনা সমিতিৰ সিদ্বান্তক চূৰান্ত সিদ্বান্ত হিচাপে বিবেচনা কৰা যায় আৰু সকলো ছাত্ৰীনিবাসত এই নিয়ম বৰ্তি থাকে ।

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved