বুৰঞ্জী বিভাগ
  • আমাৰ বিষয়ে
  • শিক্ষক কৰ্মচাৰী
  • সুবিধা সমূহ
  • নাম্বভৰ্তি
  • গৱেষণা
  • যোগযোগ কৰক

বিভাগৰ বিষয়ে


বুৰঞ্জীৰ অধ্যয়নে পুৰণি দিনৰ ভাব ধাৰা ৰীতি নিতিৰ সম্যক জ্ঞান দিয়ে,আৰু কেনেকৈ জাতি দেশৰ ভবিষ্যতে উন্নতি হয় তাৰেই আভাস দিয়ে । এইবোৰ লক্ষ্য ৰাখি কলেজত ১৯৭৯ চনত বুৰঞ্জী বিভাগ স্তাপন হৈছে । তেতিয়াৰে পৰা বিভাগটোৱে সাধ্য অনুসাৰে শিক্ষাত বৰয়ণি যোগাইছে. আৰম্ভণিতে বিভাগটোত উচ্চ মাধ্যমিক আৰু স্নাতক বিষয় অন্ত্ভূৰ্ত আছিল । ২০০৯ চনত বিভাগটোত বুৰঞ্জীত প্ৰ্ধান আৰু সাধাৰণ বিষয় অন্ত্ভূৰ্ত হৈছে আৰু বিভাগটোৱে পূৰ্ণ ৰুপ পাইছে । বিভাগটোত অৰ্হতাসম্পৰ্ণ শিক্ষক আছে যিয়ে ছাত্ৰীসকলক ভবিষ্যতৰ পথ দেখুৱায় ।

শিক্ষক


  • ড° অনিমা দত্ত
    পদ:
    শিক্ষাগত অৰ্হতা:
    বেশেষ অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    Asstt.(Sr.) Professor & HoD
    M.A., Ph.D.
    98641-45564
    dr.animadutta@gmail.com
  • শ্ৰীযুত প্ৰীতম মল্ল বুজৰ বৰুৱা
    পদ:
    শিক্ষাগত অৰ্হতা:
    বেশেষ অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    Adhoc Lecturer
    M.A., LL.M.
    9707711081
    pritam.mbb@gmail.com


যোগাযোগ


বুৰঞ্জী বিভাগ
মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়
নলবাৰী, অসম
পিন- ৭৮১৩৩৫

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved