ইংৰাজী বিভাগ
  • আমাৰ বিষয়ে
  • শিক্ষক কৰ্মচাৰী
  • সুবিধা সমূহ
  • নাম্বভৰ্তি
  • গৱেষণা
  • যোগযোগ কৰক

বিভাগৰ বিষয়ে


আজিৰ দিনত সম্ভৱতঃ, যেতিয়া কোনো এজনে আইন, চিকিৎসা, সাংবাদিকতা, শিক্ষকতাক কেৰিয়াৰ হিচাপে বাছি লয় তেতিয়া ইংৰাজীয়ে ভবিয়্যতে তেওক বহুত সহায় কৰে ।এইটো পদাৰ্থহীন আধুনিকতাৰ প্ৰভাৱ ।আগবঢ়া দেশৰ লগত খোজ মিলাবলৈ আমি চোকা,সাহসী,পৰিপাতী হব লাগিব । ইংৰাজী বিভাগে আৰম্ভণিৰে পৰা ছাত্ৰ-ছাত্ৰীৰ ঊন্নত কৰাৰ প্ৰয়াস কৰিছে । ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ লক্ষত উপনীত কৰিবলৈ, তেওলোকৰ মাজত উদ্দীপনা আৰু তেওলোকৰ সৃজনীশীলতা জগাই তুলিবলৈ প্ৰতিবছৰে এখনী আলোচনী তৈয়াৰ কৰা হয় ।

ভাষা শুদ্ধ আৰু স্পষ্ট ভাৱে যোগাযোগৰ বাবে, ২০০৮ চনত EFL বিশ্ববিদ্যালয়ৰ তলত বিভাগতোত এটা দিজিটেল ভাষাৰ গবেষণাগাৰ স্তাপন হয় ।আমাৰ ৰাজ্য আৰু কলেজ্ৰ এইটো এটা বিভাগ ।ছাত্ৰ-ছাত্ৰীয়ে তেওলোকৰ অৰ্হতা,হেচা ইয়াত বিনিমই কৰিব পাৰে ।

ইংৰাজীত প্ৰ্ধান বিষয় হলে পঢ়াত শক্তিশালী, বিশ্লেষণাত্মক ভাব আৰু নিৰ্ভুল লিখনি অৰ্হতা হব ।

শিক্ষক


  • ড° কৌশিক কুমাৰ ডেকা
    পদ:
    অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ঈ-মেইল:
    বিভাগীয় মুৰব্বী
    M.A., M.Phil., Ph.D., PGDMCA
    ৯৪৩৫০-২৮৪০২
    kaushikkdeka@yahoo.com
  • শ্ৰীমতী. মিনাশ্ৰী বৰুৱা
    পদ:
    অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ঈ-মেইল:
    সহকাৰী প্ৰবক্তা
    M.A., LLB
    ৯৯৫৪৪-৪০৮৫৩
    manashree.mncbm@gmail.com
  • শ্ৰীযুত. ত্ৰিদিপ ঠাকুৰীয়া
    পদ:
    অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ঈ-মেইল:
    সহকাৰী প্ৰবক্তা
    M.A., M.Phil.
    ৯৪০১৬-৬০৬৮০
    tridipthakuria84@gmail.com


যোগাযোগ


ইংৰাজী বিভাগ
মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়
নলবাৰী, অসম
পিন- ৭৮১৩৩৫

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved