শিক্ষা বিভাগ
  • আমাৰ বিষয়ে
  • শিক্ষক কৰ্মচাৰী
  • সুবিধা সমূহ
  • নাম্বভৰ্তি
  • গৱেষণা
  • যোগযোগ কৰক

বিভাগৰ বিষয়ে


শিক্ষা বিভাগৰ লক্ষ্য হল শিক্ষক তৈয়াৰ কৰা আৰু শিক্ষকে তাত্বিক, নিয়মানুবৰ্তিতাৰ শিক্ষা দখল কৰা, যোগ্যতা বিশ্লেষণ কৰা, আৰ্জিত জ্ঞান মুল্যায়ন আৰু এই জ্ঞান প্ৰয়োগ কৰা ।বিভাগটোৰ মুখ্য উদ্দেশ্য হল ভাল শিক্ষক তৈয়াৰ কৰা মুলত নিৰ্ৱন্ধ, ভবিষ্যতৰ আহিলা আৰু লক্ষত উপনীত হবলৈ ভালদৰে যত্ন কৰা যাতে ছাত্ৰ-ছাত্ৰী গুণদায়ক, আছুতীয়া ভাব, গোটেই জীবনৰ শিক্ষাৰে কৰ্মক্ষম, জ্ঞানৰ জৰিয়তে আপদ সমাধান, প্ৰত্যেকে নিজৰ যোগ্যতা আৰু বিচক্ষণতা ব্যবহাৰ কৰি সমাজৰ প্ৰ্তি দায়বদ্ধ হোৱা ।

১৯৭৯ চনত শিক্ষা বিভাগ স্তাপন হয়, তেতিয়াৰে পৰা প্ৰ্তি বছৰে বহুতো ছাত্ৰী বি এ প্ৰথ্ম বিভাগত উৰ্তীণ্ণ হৈছে ।বিভাগটো ধুনীয়া গবেষণাগাৰ, বিভাগীয় পুথিভৰালেৰে পৰিপূৰ্ণ আৰু বছৰেকীয়া মূখপাত্ৰ ‘শিক্ষাৰ আলোচনী’ প্ৰ্কাশ হয় ।

শিক্ষক


  • ড° দীপ্তি চৌধুৰী
    পদ:
    শিক্ষাগত অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    উপাধক্ষ্য আৰু বিভাগীয় মুৰব্বী
    M.A., Ph.D.
    ৯৮৫৪৩-২৮৮৪৩
    diptichoudhury@gmail.com
  • শ্ৰী মতী ধনাদা কলিতা
    পদ:
    শিক্ষাগত অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    সহকাৰী প্ৰবক্তা
    M.A., M. Phil.
    98642-91214
  • ড° ৰেবা গোস্বামী
    পদ:
    শিক্ষাগত অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    সহকাৰী প্ৰবক্তা
    M.A., Ph.D.
    ৯৯৫৪৭-১৯৪৮২
    reba.mncbm@gmail.com


যোগাযোগ


শিক্ষা বিভাগ
মহেন্দ্ৰ নাৰায়ন চৌধুৰী
নলবাৰী, অসম
পিন-৭৮১৩৩৫

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved