শিক্ষা বিভাগৰ লক্ষ্য হল শিক্ষক তৈয়াৰ কৰা আৰু শিক্ষকে তাত্বিক, নিয়মানুবৰ্তিতাৰ শিক্ষা দখল কৰা, যোগ্যতা বিশ্লেষণ কৰা, আৰ্জিত জ্ঞান মুল্যায়ন আৰু এই জ্ঞান প্ৰয়োগ কৰা ।বিভাগটোৰ মুখ্য উদ্দেশ্য হল ভাল শিক্ষক তৈয়াৰ কৰা মুলত নিৰ্ৱন্ধ, ভবিষ্যতৰ আহিলা আৰু লক্ষত উপনীত হবলৈ ভালদৰে যত্ন কৰা যাতে ছাত্ৰ-ছাত্ৰী গুণদায়ক, আছুতীয়া ভাব, গোটেই জীবনৰ শিক্ষাৰে কৰ্মক্ষম, জ্ঞানৰ জৰিয়তে আপদ সমাধান, প্ৰত্যেকে নিজৰ যোগ্যতা আৰু বিচক্ষণতা ব্যবহাৰ কৰি সমাজৰ প্ৰ্তি দায়বদ্ধ হোৱা ।
১৯৭৯ চনত শিক্ষা বিভাগ স্তাপন হয়, তেতিয়াৰে পৰা প্ৰ্তি বছৰে বহুতো ছাত্ৰী বি এ প্ৰথ্ম বিভাগত উৰ্তীণ্ণ হৈছে ।বিভাগটো ধুনীয়া গবেষণাগাৰ, বিভাগীয় পুথিভৰালেৰে পৰিপূৰ্ণ আৰু বছৰেকীয়া মূখপাত্ৰ ‘শিক্ষাৰ আলোচনী’ প্ৰ্কাশ হয় ।