পঢ়াৰ বিষয়


উচ্চ মাধ্যমিক

কলা শাখা

বাধ্যতামূলক বিষয়:

১। ইংৰাজী
২। অসমীয়া

টোকা: অসমীয়াৰ পৰিবৰ্তে ছাত্ৰীয়ে তলৰ যিকোনো এটা বিষয় লব

১। বিকল্পিত ইংৰাজী
২। বেংগালী
৩। বড়ো
৪। হিন্দী
৫। নেপালী

ঐচ্চিক বিষয় (ছাত্ৰী সকলে তলৰ যিকোনো চাৰিটা বিষয় বাছি লব):

১। অৰ্থ বিজ্ঞান
২। ৰাজনীতি বিজ্ঞান
৩। শিক্ষা
৪। যুক্তিবিদ্যা আৰু দৰ্শন
৫। উচ্চ অসমীয়া
৬। ইতিহাস
৭। হিন্দী
৮। কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগ
৯। স্ংস্কূত
১০। নূতত্ব


কলা শাখা

বাধ্যতামূলক বিষয়:

১। ইংৰাজী
২। অসমীয়া/উচ্চ অসমীয়া/হিন্দী

ঐচ্চিক বিষয়(যিকোনো দুটা)

১। অৰ্থ বিজ্ঞান
২। ৰাজনীতি বিজ্ঞান
৩। শিক্ষা
৪। দৰ্শন
৫। ঐচ্চিক অসমীয়া
৬। ইতিহাস
৭। স্ংস্কূত

বৃত্ৰিমূলক বিষয়(গুৱাহাটীৰ তলত):

১। পৰ্যটন আৰু ভ্ৰ্মন পৰিচালনা
২। কম্পিউটাৰ এপ্লিকেচন

টোকা: ছাত্ৰীসকললৈ অনুৰোধ বৃত্ৰিমূলক বিষয়ক যাতে প্ৰ্ধান বিষয় হিচাপে বাচি নলয়


প্ৰধান বিষয়:

১। অসমীয়া
২। ইংৰাজী
৩। অৰ্থ বিজ্ঞান
৪। শিক্ষা
৫। দৰ্শন
৬। ইতিহাস
৭। ৰাজনীতি বিজ্ঞান

টোকা:

*ছাত্ৰীসকললৈ অনুৰোধ ওপৰৰ যিকোনো এটা বিষয়ক প্ৰ্ধান বিষয়, অসমীয়া আৰু ইংৰাজী বাধ্যতামূলক বিষয় আৰু যিকোনো এটা ঐচ্চিক বিষয় বাচি লব ।

**স্ংস্কূত আৰু দৰ্শনত প্ৰ্ধান বিষয় লোৱা সকলে নিম্নতম মাচুল আদায় দিব লাগিব


নিজা খৰচৰ বিষয়

১। বি চি এ সময়-৩বছৰ(৬ টা ষাণ্মাসিক) প্ৰয়োজনীয় অৰ্হতা ১০+২(যিকোনো শাখা)
২। পি জি দি চি এ সময়-১বছৰ(২ টা ষাণ্মাসিক) প্ৰয়োজনীয় অৰ্হতা: যিকোনো ডিগ্ৰী

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved