View English
View Assamese
অসমীয়া বিভাগ
  • আমাৰ বিষয়ে
  • শিক্ষক কৰ্মচাৰী
  • সুবিধা সমূহ
  • নাম্বভৰ্তি
  • গৱেষণা
  • যোগযোগ কৰক

বিভাগৰ বিষয়ে


মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ এটা অন্যতম বিভাগ হল অসমীয়া বিভাগ । এই বিভাগটোৱে আৰম্ভনিৰে পৰা এক বিষেশ স্থান দশল কৰি আহিছে ।এই পয্যন্ত এই বিভাগৰ পৰা ৭ জনীকৈ ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষতম স্থান অধীকাৰ কৰিছে । দিল্লী বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী প্ৰবক্তা হিচাবে নিয়োজিত হৈ আছে । মাত্ৰিভাষাৰ প্ৰয়োজনীয়তা আৰু মাতৃ ভাষা জনপ্ৰিঅয়কৰনৰ বাবে এই বিভাগটোৱে এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰি আহিছে । গৱেষণা আৰু অধ্যয়নৰ জৰিয়তে এই বিভাগটোৱে ইতিমধ্যে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰিছে , ইতিমধ্যে অধ্যাপক সকলৰ বিভিন্ন গ্ৰন্থ সমূহ পাঠক সমাজত স্বিকৃতী পাবলৈ সক্ষম হৈছে ।

       বিভাগৰ পৰা প্ৰকাশিত বিভিন্ন গবেষনাপত্ৰ আৰু প্ৰাচীৰ পত্ৰীকাসমূহে অধ্যাপক আৰু ছাত্ৰী সকলৰ বৌধিক আৰু সাংস্কৃতীল দিশ উন্মোচিত কৰে ।

শিক্ষক


  • ড০ লীনা ডেকা
    পদ:
    শিক্ষাগত অৰ্হতা:
    বেশেষ অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    উপাধক্ষ্য আৰু বিভাগীয় মুৰব্বী
    এম. এ.

    ৯৪৩৫৩-১০০১০
    leenadeka2011@gmail.com
  • ড০ মনিমা ভুঞা
    পদ:
    শিক্ষাগত অৰ্হতা:
    বেশেষ অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    সহকাৰী প্ৰবক্তা
    এম এ, ডক্টৰেট


    manimamcbm@yahoo.in
  • শ্ৰী মতী হিৰামনি তালুকদাৰ
    পদ:
    শিক্ষাগত অৰ্হতা:
    বেশেষ অৰ্হতা:
    যোগাযোগ নম্বৰ:
    ই-মেইল:
    সহকাৰী প্ৰবক্তা
    এম এ

    ৯৮৬৪১-৮৮১৯৫
    hiramanitalukdar@gmail.com

যোগাযোগ


অসমীয়া বিভাগ
মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়
নলবাৰী, অসম
পিন- ৭৮১৩৩৫

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved