নামভৰ্তি


কলেজত উচ্চ মাধ্যমিকৰ প্ৰ্থম আৰু দ্বিতীয় বৰ্ষত আৰু টি ডি চি প্ৰ্থম ষাম্মাসিকত নামভৰ্তি কৰিব বিচৰা প্ৰাৰ্থীসকলে কলেজৰ লবলগীয়া পাঠ্যক্ৰ্মত নিম্নতম মাচুল আদায় দি আবেদন কৰক ।নামভৰ্তি মেধাৰ ভিত্তিত হব ।

এচ চি/এচ টি/ও বি চি/এম ও বি চি আৰু শাৰীৰিক ভাবে অক্ষম লোকৰ বাবে চৰকাৰৰ নিয়ম অনুসৰি আৰক্ষণ ব্যৱস্থাও আছে । কিছু স্ংখ্যক আসন স্ংগীত, খেলা-ধূলা আৰু অন্য ক্ষেত্ৰ্ত পাৰ্গত সকলৰ বাবে স্ংৰক্ষিত ।

বি চি এ পাঠ্যক্ৰ্ম ৩ বছৰৰ-৬টা ষান্মাষিক পূৰ্ণ ডিগ্ৰী পাঠ্যক্ৰ্ম । এই পাঠ্যক্ৰ্ম উচ্চ মাধ্যমিকত গণিত থকাসকলে আবেদন কৰিব পাৰে ।

মাচুলৰ আকাৰ

ক্ৰ্মিক ন্ং শিৰোনামা বিএ ১ষান্মাষিক বিএ ২ষান্মাষিক বিএ ৩ষান্মাষিক ১ম বৰ্ষ ২ম বৰ্ষ
নিৰ্দ্দেশনা মাচুল ৭২০ ৭২০/৮৪০ ৭২০/৮৪০
নামভৰ্তি মাচুল ৩০০ ৩০০ ৩০০ ৩০০ ৩০০
পঞ্জীয়ন মাচুল ৪২০ ৭৫
পঞ্জীভূত মাচুল ২২<০/td> ২২০ ২২০ ২৫
কলেজ উন্নতিকৰণ ৩০০ ৩০০ ৩০০ ৩০০ ৩০০
বিদ্যুত মাচুল ৩০০ ৩০০ ৩০০ ৩০০ ৩০০
অতিৰিক্ত মাচুল ২৫০ ৪০০ ৪০০ ৩০০ ৪০০
শিক্ষক/কৰ্মচাৰী ২০০ ২০০ ১০০ ২০০
পৰিচয় পত্ৰ ৫০ ৫০ ৫০ ৫০ ৫০
১০ স্ংগীত ২০ ২০ ২০ ২০ ২০
১১ বৃত্তিমূলক ১০০ ১০০
১২ শাখা উন্নতিকৰন ১৮০ ২০০ ২০০ ২০০ ২০০
১৩ মুঠ ২৮৬০ ২৭১০/২৮৩০ ২৭১০/২৮৩০ ১৬৩০ ১৭৭০
১৪ ছাত্ৰ স্ংগঠন ৩০০ ৩০০ ৩০০ ৩০০ ৩০০
১৫ আলোচনী ১০০ ১০০ ১০০ ১০০ ১০০
১৬ পুঠিভৰাল ২০০ ২০০ ২০০ ২০০ ২০০
১৭ উৎসৱ ৫০ ৫০ ৫০ ৫০ ৫০
১৮ ছাত্ৰৰ পুজি ২০ ২০ ২০ ২০ ২০
১৯ ছাত্ৰৰ চিকিৎসা পুজি ২০ ২০ ২০ ২০ ২০
২০ মুঠ ৬৯০ ৬৯০ ৬৯০ ৬৯০ ৬৯০
২১ পৰীক্ষাৰ মাচুল ২০০ ২০০ ২০০ ২০০ ২০০
২২ কম্পিউটাৰ ৫০০
২৩ মুঠ ৭০০ ২০০ ২০০ ৭০০ ২০০
২৪ স্কাউট এণ্ড গাইদ ২০ ২০ ২০ ২০ ২০
২৫ সৰ্বমুঠ ৪২৭০ ৩৬২০/৩৭৪০ ৩৬২০/৩৭৪০ ৩০৪০ ২৬৮০

Copyright © MNCBM Designed and Powered by Elite Computer and Communication pvt.Ltd. All rights reserved